হোজাই, 26 মে’:হোজাই জিলাত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 86 জনলৈ ৷ এই সময়লৈকে অসমত পুনৰ 47 জন কৰ’ণা পজিটিভ পোৱা গৈছে ৷ এই 47 জনৰ ভিতৰত এজন হোজাইৰ বুলি জানিব পৰা গৈছে ৷
কোভিড-19: হোজাইত আক্ৰান্তৰ সংখ্যা 86 জনলৈ বৃদ্ধি - হোজাই জিলাত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 86 জন
এই পৰ্যন্ত হোজাই জিলাত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 86 জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে সমগ্ৰ অসমত 595 জনলৈ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা ৷
![কোভিড-19: হোজাইত আক্ৰান্তৰ সংখ্যা 86 জনলৈ বৃদ্ধি হোজাইত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 86 জনলৈ বৃদ্ধি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7350918-thumbnail-3x2-hojai.jpg)
হোজাইত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 86 জনলৈ বৃদ্ধি
লগতে বৰ্তমান ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 595 জনলৈ বৃদ্ধি হৈছে ৷