- হোজাইত উদ্ধাৰ ৭ বছৰীয়া নাবালিকাৰ মৃতদেহ ৷
- হোজাইৰ জুঠাংৱস্তিত পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় নাবালিকা গৰাকীৰ মৃতদেহটো ৷
- মৃত নাবালিকা গৰাকীৰ নাম চুমায়া বেগম |
- ধৰ্ষণ কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ ৷
- স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
হোজাইত পুখুৰীত উদ্ধাৰ ৭ বছৰীয়া নাবালিকাৰ মৃতদেহ - etv bharat
হোজাইৰ জুঠাংৱস্তিত পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় নাবালিকা গৰাকীৰ মৃতদেহটো ৷

হোজাইত পুখুৰীত উদ্ধাৰ ৭ বছৰীয়া নাবালিকাৰ মৃতদেহ