হোজাই, 23 জুলাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ লংকাতো অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ত্ৰাস ৷ হোজাইৰ জিলাৰ লংকাত শেহতীয়াকৈ 3 গৰাকী মহিলা অসম আৰক্ষীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ।
লংকাত 3 মহিলা অসম আৰক্ষী কৰ’ণা পজিটিভ - মহিলা অসম আৰক্ষীৰ দেহত কৰ’ণা ভাইৰাছ
শেহতীয়াকৈ হোজাইৰ জিলাৰ লংকাত তিনিগৰাকী মহিলা অসম আৰক্ষীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷
3 positive Assam policewomen in Lanka
লংকা থানাত মহিলা আৰক্ষী হিচাপে তিনিগৰাকী কৰ্মৰত আছিল । তিনিগৰাকী ক্ৰমে হৈছে মঞ্জুলা ঠেঙাল,চম্পা বিয়পি,মনালিছা বৰা কোচ । বৃহস্পতিবাৰে মহিলা আৰক্ষী কেইগৰাকীক ক’ভিড পজিটিভ বুলি ধৰা পৰাত লগে লগে ফুলতলি ক’ভিড হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷