অসম

assam

ETV Bharat / state

হোজাই ৰে'ল ষ্টেচনত জব্দ গাঞ্জা - Hojai Railway Station

বিভিন্ন সময়ত ৰে'লপথেৰে চোৰাং সামগ্ৰীৰ সৰবৰাহ হৈ আহিছে ৷ চোৰাং সৰবৰাহকাৰীসকলে সহজ উপায় হিচাপে বাছি লৈছে ৰে'লপথ ৷

গাঞ্জা জব্দ

By

Published : May 4, 2019, 10:35 PM IST

হোজাই, 4 মেঃহোজাই আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ শনিবাৰে হোজাই ৰে'ল ষ্টেচনৰ পৰা গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে ৷

গাঞ্জা জব্দ

জানিব পৰা মতে হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন বৰাই বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জব্দ কৰিবলৈ সক্ষম হয় চোৰাং সামগ্ৰীসমূহ ৷ স্থানীয় বিদ্যানগৰৰ ৰীণা বিশ্বাস নামৰ এগৰাকী মহিলাৰ পৰা গাঞ্জাখিনি জব্দ কৰে ৷ ইতিমধ্যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details