অসম

assam

ETV Bharat / state

হাইলাকান্দিত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক - বন বিভাগ

হাইলাকান্দিত দেওবাৰে নিশা এখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ বন বিভাগৰ ৷ মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাকখনত থকা চেগুণ কাঠৰ বজাৰ মূল্য 5 লক্ষাধিক ৷

wood truck seized
হাইলাকান্দিত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক

By

Published : Jan 4, 2021, 1:20 PM IST

হাইলাকান্দি,4 জানুৱাৰী : দেওবাৰে নিশা হাইলাকান্দিত বন বিভাগে অভিযান চলাই জব্দ কৰে এখন চোৰাং কাঠভৰ্তি ট্ৰাক ৷ মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী AS-01-GC-3979 নম্বৰৰ চোৰাং চেগুণ কাঠভৰ্তি নথি-পত্ৰবিহীন ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে ৷

হাইলাকান্দিত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক

ট্ৰাকখনত থকা চেগুণ কাঠৰ বজাৰ মূল্য 5 লক্ষাধিক বুলি জানিব পৰা গৈছে ৷ আৰক্ষী আৰু পৰিবহন বিভাগক মেনেজ কৰি এইদৰে প্ৰতিদিনে অবৈধ চোৰাং কাঠৰ বাহন সৰবৰাহ কৰাৰ কথা ব্যক্ত কৰে আটকাধীন ট্ৰাকচালকে ৷

লগতে পঢ়ক :2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান

ABOUT THE AUTHOR

...view details