অসম

assam

ETV Bharat / state

ভোটদাতাৰ শাৰীত শতায়ু গৰকা বৃদ্ধ - সাধাৰণ নিৰ্বাচন

হাইলাকান্দিত ভোটাধিকাৰ সাব্যস্ত কৰিলে শতায়ু গৰকা দুগৰাকীকৈ ভোটদাতাই ৷

হাইলাকান্দিত শতায়ু গৰকা ভোটদাতাই সাব্যস্ত কৰিলে ভোটাধিকাৰ

By

Published : Apr 18, 2019, 12:58 PM IST

হাইলাকান্দি, 18 এপ্ৰিল : হাইলাকান্দিত ভোটাধিকাৰ সাব্যস্ত কৰিলে শতায়ু গৰকা দুগৰাকীকৈ ভোটদাতাই ৷

হাইলাকান্দি জিলাৰ কাঠলিছেড়া সমষ্টিৰ 31 নম্বৰ ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে 104 বছৰীয়া জ্যেষ্ঠা নাগৰিক ছৰগুল বিবিয়ে । আনহাতে হাইলাকান্দিতে ভোটাধিকাৰ সাব্যস্ত কৰে 116 বছৰ গৰকা জ্যেষ্ঠ নাগৰিক মহম্মদ আলী লস্কৰে ৷ হাইলাকান্দিৰ দক্ষিণ জোৎস্নাবাদৰ 37 এ কে হাই মাদ্ৰাছা কেন্দ্ৰত ভোটদান কৰে লস্কৰে ৷

হাইলাকান্দিত শতায়ু গৰকা ভোটদাতাই সাব্যস্ত কৰিলে ভোটাধিকাৰ

ABOUT THE AUTHOR

...view details