অসম

assam

ETV Bharat / state

ৰে'ল ক্ৰ'চিং নিৰ্মাণ কৰাৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ - ৰে'ল ক্ৰ'চিং নিৰ্মাণ

কাটাখাল জংচনৰ সমীপৰ কাটাখাল জানকীবজাৰৰ পথচোৱাত ৰে'ল ক্ৰ'চিং নিৰ্মাণ কৰাৰ দাবীত সোমবাৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে স্বচ্ছ সামাজিক নামৰ সংগঠনটোৱে ৷ ৰে'ল ক্ৰ'চিং নিৰ্মাণ নকৰাৰ ফলত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ সভাপতি ৰফিকুল হক আৰু সম্পাদক সাইদুৰ ৰহমানে ৷

Protesters strike demand for railway level crossing
ৰে'ল ক্ৰ'চিং নিৰ্মাণ কৰাৰ দাবীত হাইলাকান্দিত তীব্ৰ প্ৰতিবাদ

By

Published : Sep 21, 2020, 9:23 PM IST

কৰিমগঞ্জ,21 ছেপ্তেম্বৰঃ হাইলাকান্দি জিলাৰ কাটাখাল জংচনৰ সমীপৰ কাটাখাল জানকীবজাৰৰ পথচোৱাত ৰে'ল ক্ৰ'চিং নিৰ্মাণ কৰাৰ দাবীত সোমবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে স্বচ্ছ সামাজিক নামৰ সংগঠনটোৱে ৷ ৰে'ল ক্ৰ'চিং নিৰ্মাণ নকৰাৰ ফলত অঞ্চলটোত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তোলে সংগঠনটোৰ সভাপতি ৰফিকুল হক আৰু সম্পাদক সাইদুৰ ৰহমানে ৷

ৰে'ল ক্ৰ'চিং নিৰ্মাণ কৰাৰ দাবীত হাইলাকান্দিত তীব্ৰ প্ৰতিবাদ

আনহাতে, ৰে'ল কৰ্তৃপক্ষই সংগঠনটোৰ দাবী মানি নোলোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলিও সংগঠনটোৰ নেতৃত্বই মন্তব্য কৰে ৷

লগতে পঢ়কঃবিটিচিৰ নিৰ্বাচন পিছুওৱা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details