অসম

assam

ETV Bharat / state

হাইলাকান্দি কাটলিছেড়াত পথ নিৰ্মাণত দুৰ্নীতি - assam news

হাইলাকান্দিৰ কাটলিছেড়া বিধানসভা সমষ্টিৰ কালিদাস পুঞ্জী সংযোগী পথছোৱা 2 কোটি 29 লাখ 26 হেজাৰ 900টকাৰে আৰম্ভ কৰিছিল যদিও কম সময়ৰ ভিতৰতে বিধ্বস্ত হৈ পৰে পথটো ৷

হাইলাকান্দি কাঠলিছড়াত পথ নিৰ্মাণত দুৰ্নীতি

By

Published : Jul 25, 2019, 1:08 PM IST

হাইলাকান্দি, 25 জুলাইঃ হাইলাকান্দি কাটলিছেড়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতি ৷ পথ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱা বাবেই ৰাইজৰ মাজত তীব্ৰ সমালোচনা ৷ স্বাধীনতাৰ সুদীৰ্ঘ 70 বছৰ পাচতো পকী পথকলৈ সপোন দেখা গঞা ৰাইজৰ ক্ষোভ প্ৰকাশ ৷ উল্লেখ্য যে, হাইলাকান্দিৰ কাটলিছেড়া বিধানসভা চক্ৰৰ কালিদাস পুঞ্জী সংযোগী পথছোৱা 2 কোটি 29 লাখ 26 হেজাৰ 900টকাৰে আৰম্ভ কৰিছিল যদিও কম সময়ৰ ভিতৰতে বিধ্বস্ত হৈ পৰে পথটো ৷ যাৰ বাবে হাইলাকান্দিৰ বিন্নি কনছট্ৰাকশ্বন নামৰ ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে স্থানীয় অভিচি মোৰ্চাৰ সভাপতি পৰিতোষ নাথে ৷

হাইলাকান্দি কাঠলিছড়াত পথ নিৰ্মাণত দুৰ্নীতি

ABOUT THE AUTHOR

...view details