হাইলাকান্দি, 18 ফেব্ৰুৱাৰীঃ পুনৰ প্ৰতিবাদত উত্তাল হ’ল পাঁচগ্ৰাম কাগজকল ৷ কাগজকলটোৰ অস্থায়ী কৰ্মীসকলৰ লগতে তেঁওলোকৰ পৰিয়ালৰ লোকসকলে মঙলবাৰে পুনৰ কাগজকলটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ বিগত 18 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে তেঁওলোক ৷ আনহাতে, ৰাজ্য চৰকাৰে কাগজকলৰ কৰ্মীসকলৰ সন্তানৰ শিক্ষাৰ বাবে স্ক’লাৰশ্বিপৰ যোগান ধৰে যদিও সেইয়া কেৱল স্থায়ী কৰ্মচাৰীসকলেহে লাভ কৰে ৷ ইয়াৰ উপৰিও কাগজকলটোৰ অস্থায়ী কৰ্মীসকলৰ বকেয়া ধন মুকলি কৰি দিয়াৰ বাবেও দাবী উত্থাপন কৰে ৷
পুনৰ প্ৰতিবাদত উত্তাল পাঁচগ্ৰাম কাগজকল - পাঁচগ্ৰাম কাগজকল শেহতীয়া বাতৰি
পাঁচগ্ৰাম কাগজকলৰ অস্থায়ী কৰ্মীসকলৰ লগতে তেঁওলোকৰ পৰিয়ালৰ লোকসকলে মঙলবাৰে পুনৰ কাগজকলটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ বিগত 18 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে তেঁওলোক ৷
পুনৰ প্ৰতিবাদত উত্তাল পাঁচগ্ৰাম কাগজকল