- হাইলাকান্দিত ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী
- হাইলাকান্দি জিলাৰ কাঠলিছেড়া হাস্পতালৰ সম্মুখৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিজাম উদ্দিন বড়ভূঞাক
- নিজাম উদ্দিনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৭ পেকেট সন্দেহ জনক হেৰ’ইন উদ্ধাৰ হোৱা ড্ৰাগছখিনি
হাইলাকান্দিত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী - DRUGS
বৃহস্পতিবাৰে হাইলাকান্দিৰ কাঠলিছেড়া হাস্পতালৰ সন্মুখৰ পৰা ড্ৰাগছসহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

হাইলাকান্দিত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী