হাইলাকান্দিত জাল নোট সহ আটক এজন - কাটলিছেড়া
আটকাধীন আমিৰ হুচেইন মজুমদাৰৰ কাটলিছেড়া ধলাই টিল্লাৰগ্ৰামৰ বাসগৃহৰ পৰা প্ৰায় ৩৫ হাজাৰ টকাৰ জাল নোট জব্দ কৰে আৰক্ষীয়ে ৷
![হাইলাকান্দিত জাল নোট সহ আটক এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4165040-thumbnail-3x2-hhhsss.jpg)
হাইলাকান্দিত জাল নোট সহ আটক এজন
হাইলাকান্দি, 17 আগষ্টঃ হাইলাকান্দিত জাল নোট সহ আটক এজন । আৰক্ষীৰ অভিযানত জাল নোট সহ আটক আমিৰ হুচেইন মজুমদাৰ নামৰ এজন ব্যক্তিজন । আটকাধীন আমিৰ হুচেইন মজুমদাৰৰ কাটলিছেড়া ধলাই টিল্লাৰগ্ৰামৰ বাসগৃহৰ পৰা প্ৰায় ৩৫ হাজাৰ টকাৰ জাল নোট জব্দ কৰে আৰক্ষীয়ে । ইতিমধ্যে আটকাধীন মজুমদাৰক আদালতত হাজিৰ কৰে ব্যক্তিগৰাকীক ৷