অসম

assam

ETV Bharat / state

হাইলাকান্দিত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজনৰ মৃত্যু

বান আৰু গৰাখহনীয়াৰ প্ৰকোপৰ লগতে ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস

জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজনৰ মৃত্যু

By

Published : Jul 17, 2019, 8:51 AM IST

Updated : Jul 17, 2019, 9:12 AM IST

হাইলাকান্দি,১৭ জুলাই:ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয়। মঙলবাৰে সন্ধিয়া শিলচৰ চিকিৎসা মহাবিদ্যালয়ত হাইলাকান্দি জিলাৰ টেমপুৰ গাঁৱৰ যুৱক মন্টু দাসৰ মৃত্যু হয়।

বিগত এসপ্তাহ ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিলে মন্টু দাস।

Last Updated : Jul 17, 2019, 9:12 AM IST

ABOUT THE AUTHOR

...view details