অসম

assam

ETV Bharat / state

হাত ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ - MORAL POLICEING VIRAL VIDEO

হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তৰ চৰাইবাক অঞ্চলত গণপ্ৰহাৰৰ ঘটনা

হাত ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ

By

Published : Jul 24, 2019, 2:52 PM IST

Updated : Jul 24, 2019, 4:34 PM IST

হাইলাকান্দি,24জুলাইঃ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ই জোকাৰণিৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ৷ হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তৰ চৰাইবাক অঞ্চলত সংঘটিত এটা ঘটনাই সকলোকে স্তম্ভিত কৰিছে ৷ এখন নাঁৱৰ ওপৰত এজন দুৰ্বল ব্যক্তিক ৰছীৰে বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা দৃশ্য পৰিলক্ষিত হৈছে ভিডিঅটোত ৷ অৱশ্যে লোকজনক প্ৰহাৰৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ কিন্তু এজন অসহায়ৰ ওপৰত এনেধৰণৰ অত্যাচাৰৰ ঘটনাৰ লগত জড়িত লোকক সকলক বিভিন্ন দল-সংগঠনে কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে ৷

মৰেল পুলিচিংঃ এজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ
Last Updated : Jul 24, 2019, 4:34 PM IST

ABOUT THE AUTHOR

...view details