বাৰঘৰীয়া, 5 এপ্ৰিলঃ সৰুপথাৰ সীমান্তৰ উৰিয়ামঘাট বাৰঘৰীয়া গাঁৱৰ বকুল ভূঞা নামৰ লোক এগৰাকীৰ ঘৰৰ ভঁৰালৰ পৰা জব্দ বৃহৎ পৰিমাণৰ লালিগুৰ । স্থানীয় চুতীয়া ছাত্ৰ সন্থাই গাওঁৰক্ষী বাহিনী আৰু গাঁওবুঢ়াৰ সহযোগত অভিযান চলাই লোকজনৰ ঘৰৰ পৰা 40 টিন লালিগুৰ জব্দ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত তেওঁলোকে আৰক্ষীক খবৰ দিয়াত ঘটনালস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ লালিগুৰৰ টিনসমূহ জ্বলাই দিয়ে ।
উৰিয়ামঘাটৰ এগৰাকী লোকৰ ঘৰত জব্দ 40 টিন লালিগুৰ - 40 টিন লালিগুৰ জব্দ
স্থানীয় চুতীয়া ছাত্ৰ সন্থাই গাওঁৰক্ষী বাহিনী আৰু গাঁওবুঢ়াৰ সহযোগত দেওবাৰে, সৰুপথাৰ সীমান্তৰ উৰিয়ামঘাট বাৰঘৰীয়া গাঁৱৰ বকুল ভূঞা নামৰ লোক জনৰ ঘৰৰ ভঁৰালৰ পৰা বৃহৎ পৰিমাণৰ লালিগুৰ জব্দ কৰে ।
![উৰিয়ামঘাটৰ এগৰাকী লোকৰ ঘৰত জব্দ 40 টিন লালিগুৰ laligur seized at sarupathar uriamghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6667930-thumbnail-3x2-kk.jpg)
laligur seized at sarupathar uriamghat
উৰিয়ামঘাটৰ এগৰাকী লোকৰ ঘৰত জব্দ 40 টিন লালিগুৰ