অসম

assam

ETV Bharat / state

'ডেমো ৰে'ল' চলোৱাৰ দাবীত হাইলাকান্দিত ৰে'ল অৱৰোধ কৃষক মুক্তিৰ

বৰাকৰ পৰা 'ডেমো ৰে'ল' চলোৱাৰ দাবীত ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

By

Published : Oct 16, 2019, 3:55 AM IST

'ডেমো ৰে'ল' চলোৱাৰ দাবীত হাইলাকান্দিত ৰে'ল অৱৰোধ কৃষক মুক্তিৰ

হাইলাকান্দি, 15 অক্টোবৰঃ হাইলাকান্দিত কৃষক মুক্তিৰ ৰে'ল অৱৰোধ কাৰ্যসূচী ৷ বৰাকৰ পৰা 'ডেমো ৰে'ল' চলোৱাৰ দাবীত ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । হাইলাকান্দি ৰেল ষ্টেচনত 'শিলচৰ 'ভৈৰৱী' নামৰ ৰে'লখন অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ প্ৰতিবাদকাৰী সকলৰ দাবী যে অহা এসপ্তাহৰ ভিতৰত বৰাকৰ বাবে দুখন 'ডেমো ৰে'ল' চলোৱাৰ ব্যৱস্থা কৰিব লাগে ৷ কিছু সময় অৱৰোধৰ পিছত ৰে'ল আৰক্ষীয়ে অৱৰোধ মুক্ত কৰি ৰেলৰ চলাচল স্বাভাৱিক কৰে ৷

'ডেমো ৰে'ল' চলোৱাৰ দাবীত হাইলাকান্দিত ৰে'ল অৱৰোধ কৃষক মুক্তিৰ

ABOUT THE AUTHOR

...view details