হাইলাকান্দি, 22 মাৰ্চঃ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি হাইলাকান্দি জিলাতো দেখিবলৈ পোৱা গ'ল জনতাৰ সান্ধ্য আইন ৷ হাইলাকান্দিৰ সকলো দোকান পোহাৰ, কাৰ্যালয় আদি বন্ধ থকাৰ লগতে জিলাখনৰ ৰাজপথতো দেখা গ'ল জনশূন্য পৰিৱেশ ৷ দেওবাৰে পুৱা 7 বজাৰ পৰা সন্ধিয়া 9 বজালৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ সান্ধ্য আইনক সম্পূৰ্ণ ৰূপে সফল ৰূপ প্ৰদান কৰিছে হাইলাকান্দি বাসীয়ে ৷
জনতাৰ সান্ধ্য আইনত জনশূন্য হাইলাকান্দি
দেওবাৰে পুৱা 7 বজাৰ পৰা সন্ধিয়া 9 বজালৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ সান্ধ্য আইন সম্পূৰ্ণৰূপে সফল কৰিলে হাইলাকান্দিবাসীয়ে ৷
জনশূন্য হাইলাকান্দি