অসম

assam

ETV Bharat / state

হাইলাকান্দিত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 1

হাইলাকান্দিত দুখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত হয় এজন ৷

By

Published : Jun 10, 2019, 7:14 PM IST

HAILAKANDI ROAD ACCIDENT , ONE DEATH

  • হাইলাকান্দিত ভয়াবহ পথ দুৰ্ঘটনা
  • দুখন বাইকৰ মুখামুখি সংঘৰ্ষত তিথাতে নিহত এজন যুৱকৰ লগতে আহত তিনি জন
  • মৃত যুৱক জনৰ নাম বুট্টো সাহু
  • হাইলাকান্দি লালা থানাৰ অৰ্ন্তগত আবদুল্লাপুৰ 154 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা
  • মৃত যুৱকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
  • লগতে আহত তিনিজনক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়

ABOUT THE AUTHOR

...view details