হাইলাকান্দি,1 জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথম দিনটোতে হালাকান্দিৰ ঐতিহাসিক কালী মন্দিৰত উপস্থিত হৈ সেৱা জনাই প্ৰাক্তন মন্ত্ৰী তথা ন বিজেপি নেতা গৌতম ৰয়ে ৷ বৰাক উপত্যকাৰ সমূহ ৰাইজৰ লগতে সমগ্ৰ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনায় ৷
কাটিগঢ়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে - বৰাক উপত্যকা
নতুন বছৰত নতুন ঘোষণা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ। নৱবৰ্ষৰ প্ৰথম দিনটোতে কালী মন্দিৰত উপস্থিত হৈ সেৱা জনাই আগন্তুক ৰাজনৈতি ৰণকৌশলৰ কথা সদৰি কৰে ৷
![কাটিগঢ়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে কাঠিগঢ়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10081235-120-10081235-1609495127085.jpg)
কাঠিগঢ়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে
কাটিগঢ়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে
ইপিনে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে, আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা কাটিগঢ়া সমষ্টিত প্ৰাথীত্ব আগবঢ়াব ৷
লগতে পঢ়কঃ মহানগৰীৰ পদপথত ব্যৱসায়,প্ৰশাসনৰ গুৰুত্ব নাই
Last Updated : Jan 1, 2021, 4:55 PM IST