অসম

assam

ETV Bharat / state

৪২ লাখ টকাৰ মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি - EMBANKMENT DAMAGE AT HAILAKANDI news

হাইলাকান্দিত মথাউৰি নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতি কৰাৰ অভিযোগ জিলা ছাত্ৰ সন্থাৰ ৷ কাটাগাঁৱৰ মথাউৰিটো মেৰামতি অতি নিম্ন হোৱাৰ বাবে ছমাহ নৌহওতেই খহি যোৱাৰ অভিযোগ উঠিছে ৷ অতি শীঘ্ৰে উক্ত ঘটনাটো তদন্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান সংগঠনটোৰ ৷

৪২ লাখ টকাৰ মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি

By

Published : Aug 20, 2019, 7:35 PM IST

৪২ লাখ টকাৰ মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি
  • হাইলাকান্দিত মথাউৰি নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
  • মেৰামতিৰ ছমাহ নৌহওঁতেই খহি যোৱাৰ অভিযোগ হাইলাকান্দিৰ জিলা ছাত্ৰ সন্থাৰ
  • কাটাগাঁৱৰ মথাউৰি মেৰামতিৰ নামত SDRF য়ে ৪২ লাখ টকা মোকলাই দিছিল
  • অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ
  • অভিযন্তা আৰু ঠিকাদাৰে মিলি দুৰ্নীতি কৰাৰ অভিযোগ ছাত্ৰ সন্থাৰ
  • অতি শীঘ্ৰে উক্ত মঠাউৰিটো মেৰামতিত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান সন্থাৰ

ABOUT THE AUTHOR

...view details