হাইলাকান্দি : 60 বছৰে কংগ্ৰেছে কৰিব নোৱৰা কাম আমি কৰিছো ৷ বিভিন্ন শিতানত বৰাকৰ বাবে অহা ধন কংগ্ৰেছে আত্মসাৎ কৰিলে ৷ বিভাজনকামী নীতিৰে বৰাক-ব্ৰহ্মপুত্ৰক পৃথক কৰি ৰাখিছিল কংগ্ৰেছে ৷ এতিয়া আৰু বৰাকৰ ৰাইজক প্ৰতাৰণা কৰিব নোৱাৰে ৷ সোমবাৰে হাইলাকান্দিত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
বৰাক-ব্ৰহ্মপুত্ৰক পৃথক কৰি ৰাখিছিল কংগ্ৰেছে: সৰ্বানন্দ সোণোৱাল
বিভাজনকামী নীতিৰে বৰাক-ব্ৰহ্মপুত্ৰক পৃথক কৰি ৰাখিছিল কংগ্ৰেছে ৷ এতিয়া আৰু বৰাকৰ ৰাইজক প্ৰতাৰণা কৰিব নোৱাৰে ৷ সোমবাৰে হাইলাকান্দিত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
হাইলাকান্দিত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ
লগতে কংগ্ৰেছৰ নাটক আৰু শেষ হৈছে, বৰাকৰ বাবে কংগ্ৰেছে একোৱেই নকৰাৰ উপৰিও কংগ্ৰেছক বৰাকৰ ৰাইজে এইবাৰ প্ৰত্যাখ্যান কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷