হাইলাকান্দি,12 এপ্ৰিলঃ হাইলাকান্দিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত শাসকীয় দলৰ দখলৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত শুকুৰবাৰে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ হৈ হাইলাকান্দিত পথসভা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
কৃপানাথ মাল্লাহৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ