হাইলাকান্দি, 17 আগষ্ট: 6 মাহৰ অন্তত ৰাজ্যত পুনৰ আৰম্ভ হৈছে CAA বিৰোধী প্ৰতিবাদ ৷ সোমবাৰে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে হাইলাকান্দিতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জিলাখনৰ তিনিটা সমষ্টিত সাব্যস্ত কৰে CAA বিৰোধী প্ৰতিবাদ ৷
হাইলাকান্দিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ CAA বিৰোধী প্ৰতিবাদ - প্ৰতিবাদ
সোমবাৰে হাইলাকান্দিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ CAA বিৰোধী প্ৰতিবাদ সাব্যস্ত ৷ CAA বাতিল নকৰিলে আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷
![হাইলাকান্দিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ CAA বিৰোধী প্ৰতিবাদ AJYCP protest against CAA at Hailakandi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8452392-thumbnail-3x2-haila.jpg)
হাইলাকান্দিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ CAA বিৰোধী প্ৰতিবাদ
হাইলাকান্দিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ CAA বিৰোধী প্ৰতিবাদ
অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, CAA বাতিল কৰিবই লাগিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে ৷ CAA বাতিল নকৰিলে আগন্তুক দিনক ভয়াৱহ CAA বিৰোধী আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক হুংকাৰ দিয়ে সংগঠনটোৰ সাধাৰণ সম্পাদক কবীৰ উদ্দিন লস্কৰে ৷