অসম

assam

ETV Bharat / state

ৰণক্ষেত্ৰলৈ পৰিণত হাইলাকান্দি জিলা এআইইউডিএফ কাৰ্যালয় - AIUDF workers fight at Hailakandi news

সাংগঠনিক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰণক্ষেত্ৰলৈ পৰিণত হয় হাইলাকান্দি জিলা এআইইউডিএফ কাৰ্যালয় ৷ সাংগঠনিক পদত নিজ প্ৰাৰ্থীৰ সমৰ্থন কৰাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ ৷

AIUDF workers fight at Hailakandi
ৰণক্ষেত্ৰলৈ পৰিণত হাইলাকান্দি জিলা এআইইউডিএফ কাৰ্যালয়

By

Published : Feb 24, 2020, 5:23 PM IST

হাইলাকান্দি,24 ফেব্ৰুৱাৰীঃসাংগঠনিক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰণক্ষেত্ৰলৈ পৰিণত হয় হাইলাকান্দি জিলা এআইইউডিএফ কাৰ্যালয় ৷ সাংগঠনিক পদত নিজ প্ৰাৰ্থীৰ সমৰ্থন কৰাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ ৷ পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰে যে, দলীয় সভাপতি সম্পাদকৰ সম্মুখতে হাতত চকী লৈ হতাহতিত লিপ্ত হয় কৰ্মীসকল ৷ পৰৱৰ্তী সময়ত জিলা সমিতিৰ বিষয়ববীয়াৰ হস্তক্ষেপতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

ৰণক্ষেত্ৰলৈ পৰিণত হাইলাকান্দি জিলা এআইইউডিএফ কাৰ্যালয়

ABOUT THE AUTHOR

...view details