সৰুপথাৰ,১১ জুন : সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত সমষ্টিটোৰ বিভিন্ন স্থানত চেনিটাইজেচনৰ ব্যৱস্থা কৰা হয় । বিধায়কগৰাকীৰ পৰামৰ্শ অনুসৰি বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰিতুল গগৈৰ নেতৃত্বত শেহতীয়াকৈ ক'ভিড(covid) সংক্ৰমিত অঞ্চলসমূহত চেনিটাইজেচন(sanitization) কৰাৰ উপৰিও আক্ৰান্ত পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।
বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত চেনিটাইজেচনৰ কাৰ্যসূচী - yuva morcha sanitization programme
সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ পৰামৰ্শ অনুসৰি বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰিতুল গগৈৰ নেতৃত্বত শেহতীয়াকৈ ক'ভিড(covid) সংক্ৰমিত অঞ্চলসমূহত চেনিটাইজেচন(sanitization) কৰাৰ উপৰিও আক্ৰান্ত পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।
বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত চেনিটাইজেচনৰ কাৰ্যসূচী
এই কাৰ্যসূচী অনুসৰি গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যোৰহটীয়া গাঁৱৰ পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে অঞ্চলটোত থকা ৰাজহুৱা স্থান পেট্ৰ’ল পাম্প,দোকান আদি স্থানত চেনিটাইজেচন কৰা হয় ।
লগতে পঢ়ক:ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা