অসম

assam

ETV Bharat / state

গোলাঘাটত বিশ্ব মেলেৰীয়া দিৱস উদযাপন - Awareness programme on the occasion of World Malaria Day

আজি বিশ্ব মেলেৰীয়া দিৱস(World Malaria Day) । বিশ্ব মেলেৰীয়া দিৱস উপলক্ষে বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বহু সজাগতামূলক কাৰ্যসূচী । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষইও উলিয়ালে সজাগতা ৰেলী ।

world malaria day observed at golaghat
world malaria day observed at golaghat

By

Published : Apr 25, 2022, 10:17 PM IST

গোলাঘাট,২৫ এপ্ৰিল: আজি বিশ্ব মেলেৰীয়া দিৱস(World Malaria Day) । বিভিন্ন প্ৰান্তত আয়োজন বিভিন্ন সজাগতামূলক কাৰ্যসূচী (Awareness programme on the occasion of World Malaria Day)। সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তটো কেতবোৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় । ব্য়তিক্ৰম নহয় গোলাঘাট ।

গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই উলিয়ালে সজাগতা ৰেলী পদৰ্শন কৰে বাটৰ নাট (Street play on World malaria day)। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা মেলেৰীয়াৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেই গোলাঘাট মেলেৰীয়া বিভাগৰ উদ্যোগত এক সজাগতা মূলক ৰেলী উলিয়াই । লগতে নগৰৰ বাটা পইণ্টত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।

জনসাধাৰণে এই মাৰাত্মক ৰোগৰ পৰা কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰে সেই উদ্দেশ্যৰে ৰেলী আৰু বাটৰ নাট প্ৰদৰ্শন কৰা হয় বুলি মেলেৰীয়া বিভাগৰ বিষয়া ডাঃ নবনিতা দাসে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:'আপ' কংগ্ৰেছৰ বিকল্প হ'ব নোৱাৰে : দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details