অসম

assam

ETV Bharat / state

গোলঘাটৰ ৰাজপথত কি কৰিছে এইসকল মহিলাই! - গোলাঘাট

মাদক দ্ৰৱ্য সেৱনৰ ফলত প্ৰায়েই বিভিন্ন ঘৰুৱা সংঘাত, দুৰ্ঘটনাকে ধৰি সংঘটিত হৈ আছে ভিন্ন অপৰাধমূলক কৰ্মকাণ্ড ৷

গোলাঘাটত একাংশ মহিলাৰ প্ৰতিবাদ

By

Published : Nov 14, 2019, 2:58 PM IST

গোলাঘাট, 14 নৱেম্বৰ: গোলাঘাটৰ নুমলীগড়ৰ ৰাজপথত হাতে হাতে প্লে' কাৰ্ড লৈ ওলাই আহে এদল মহিলা ৷প্ৰতিবাদ কৰে গুটখা, মাদক দ্ৰৱ্য সেৱন আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ৷

হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ একাংশ প্ৰতিবাদী মহিলা

কালীয়নী ব্লক গ্ৰাম্য সংগঠন আৰু ৰৌদোৱা গ্ৰাম্য সংগঠনৰ মহিলাসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নৱপ্ৰজন্মক কোঙা কৰাড্ৰাগছ, সুৰা আদি বৰ্জনৰ লগতে নাৰী নিৰ্যাতন ৰোধৰ আহ্বানেৰে এক সজাগতামূলক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷

গোলাঘাটত মহিলাৰ প্ৰতিবাদী সমদল

উল্লেখ্য যে, মাদক দ্ৰৱ্য সেৱনৰ ফলত প্ৰায়েই বিভিন্ন ঘৰুৱা সংঘাত, দুৰ্ঘটনাকে ধৰি সংঘটিত হৈ আছে ভিন্ন অপৰাধমূলক কৰ্মকাণ্ড ৷ যাৰ বিৰোধিতাৰে গোলাঘাটৰ একাংশ সচেতন মহিলাই এই সচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰে ৷

লগতে পঢ়ক :NRC ৰ মুখ্য সমন্বয়কৰ নিযুক্তিক লৈ প্ৰতিক্ৰিয়া আমছুৰ

ABOUT THE AUTHOR

...view details