অসম

assam

ETV Bharat / state

নিয়ম উলংঘা কৰা ব্য়ৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ গোলাঘাট প্ৰশাসন

বুধবাৰে গোলাঘাট প্ৰশাসনে গোলাঘাটৰ কণ্টেইনমেন্ট জ'নত থকা দুখনকৈ দোকান ছীল কৰাৰ লগতে,বাতিল কৰে তেওঁলোকৰ অনুজ্ঞাপত্ৰও ৷ চৰকাৰী নিয়ম উলংঘা কৰি কণ্টেইনমেন্ট জ'নৰ ভিতৰত দোকান খোলাৰ অভিযোগ উত্থাপন হৈছিল দুয়োখন দোকানৰ বিৰুদ্ধে ৷

নিয়ম উলংঘা কৰা ব্য়ৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ গোলাঘাট প্ৰশাসন
নিয়ম উলংঘা কৰা ব্য়ৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ গোলাঘাট প্ৰশাসন

By

Published : Jul 1, 2020, 12:27 PM IST

গোলাঘাট, 1 জুলাইঃ কৰ'ণা প্ৰতিহত কৰাৰ উদ্দেশ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা উলংঘনৰ অভিযোগ উত্থাপন হৈছে গোলাঘাটৰ দুখন দোকানৰ বিৰুদ্ধে ৷ বোৱাৰী নামৰ কাপোৰৰ দোকানখনৰ লগতে এখন পাণৰ দোকান সম্প্ৰতি আছে কণ্টেইনমেন্ট জ'নৰ ভিতৰত ৷ তৎসত্বেও তেওঁলোকে এনে পৰিস্থিতিৰ মাজতো দোকান খোলাৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন লোকে ৷

চৰকাৰী নিয়ম উলংঘা কৰা ব্য়ৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ গোলাঘাট প্ৰশাসন

যাৰ বিৰুদ্ধে কঠোৰ হৈছে গোলাঘাট প্ৰশাসন ৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বুধবাৰে প্ৰশাসনে দুয়োখন দোকান ছীল কৰি দিয়ে ৷ ইয়াৰোপৰি দুয়োখন দোকানৰ অনুজ্ঞাপত্ৰও বাতিল কৰিছে গোলাঘাট প্ৰশাসনে ৷

লগতে পঢ়কঃCOVID-19 : অসমৰ বৰ্তমানৰ পৰিস্থিতি !

ABOUT THE AUTHOR

...view details