গোলাঘাট, 15 জুনঃ গোলাঘাটৰ প্ৰথম শ্ৰেণীৰ দুগৰাকী যোদ্ধাৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাছ । দুয়োজন লোক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মোবাইল মেডিকেল ইউনিটৰ লেব টেকনেচিয়ান হিচাপে কৰ্মৰত হৈ আছিল ।
গোলাঘাটত দুজন প্ৰথম শাৰীৰ COVID যোদ্ধাৰ দেহত কৰ'ণা পজিটিভ - কৰ'ণা ভাইৰাছৰ উপস্থিতি
দুয়োজনেই দৈয়াং হোটেলত কোৱাৰেণ্টাইনত আছিল । এই লোক দুজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাচত এক প্ৰকাৰৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

গোলাঘাটত দুজন প্ৰথম শাৰীৰ COVID যুদ্ধাৰ দেহত কৰ'ণা পজিটিভ
দুয়োজনেই দৈয়াং হোটেলত কোৱাৰেন্টাইনত আছিল । এই লোক দুজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাচত এক প্ৰকাৰৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । বিগত সময়ত দুয়োগৰাকী লোকে দুশৰো অধিক লোকৰ পৰা সংগ্ৰহ কৰিছিল স্বোৱাব ।
গোলাঘাটত দুজন প্ৰথম শাৰীৰ COVID যুদ্ধাৰ দেহত কৰ'ণা পজিটিভ
বৰ্তমান দুয়োজনকে কোৱাৰেণ্টাইন কৰা হৈছে । আনহাতে তেওঁলোকৰ লগত থকা আন তিনিজনৰ কৰ'ণা পৰীক্ষাত ফলাফল নিগেটিভ আহিছে ।