অসম

assam

ETV Bharat / state

গোলাঘাটত গড়ৰ খৰ্গসহ আটক দুজন - নুমলীগড় 39 নং ৰাষ্ট্ৰীয় ঘাইপথ

নুমলীগড় 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰাবাংলাৰ পৰা আৰক্ষীয়ে গড়ৰ খৰ্গৰ বেপাৰী দুটাক আটক কৰে ৷

গোলাঘাটত গড়ৰ খৰ্গ সহ আটক দুজন

By

Published : Sep 5, 2019, 2:09 PM IST

গোলাঘাট, 5 চেপ্টেম্বৰঃ

  • গোলাঘাট নুমলীগড় আৰক্ষীৰ জালত পৰিল দুটা গড়ৰ খৰ্গৰ চোৰাং বেপাৰী ৷
  • গোলাঘাটত গড়ৰ খৰ্গ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল বেপাৰী দুটা ৷
    গোলাঘাটত গড়ৰ খৰ্গ সহ আটক দুজন
  • নুমলীগড় 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰাবাংলাৰ পৰা আৰক্ষীয়ে গড়ৰ খৰ্গ বেপাৰী দুটাক আটক কৰে ৷
  • আৰক্ষীয়ে খৰ্গসহ কোঁৱৰ চ্যাম ওৰফে চুচাংফা আৰু বৰচিং হাঞ্চেক আটক কৰে ৷
  • লগতে আৰক্ষীয়ে গড়ৰ খৰ্গ বেপাৰীদ্বয়ৰ পৰা এখন মটৰ চাইকেল জব্দ কৰে ৷
    গোলাঘাটত গড়ৰ খৰ্গ সহ আটক দুজন
  • বৰ্তমান আৰক্ষীয়ে বেপাৰী দুটাক জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷
  • আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি গড়ৰ খৰ্গটো মৰঙি অঞ্চলৰ মণ্টু বুঢ়াগোহাঁই নামৰ এজন লোকে বিক্ৰী কৰিবলৈ দিছিল ৷
  • ইপিনে মণ্টু বৰগোঁহাই বৰ্তমান পলাতক অৱস্থাত আছে ৷

ABOUT THE AUTHOR

...view details