গোলাঘাটৰ এৰেঙ্গোগাপাৰাত যান বাহন আৰক্ষীৰ অভিযান - যান বাহন আৰক্ষী
পাৰ্কিং ব্যৱস্থা থকা স্বত্বেও উদণ্ড চালক সমূহে পথৰ দুয়ো কাষে বাহন ৰখায় যান-জঁট সৃষ্টি কৰে ৷ সেয়ে গোলাঘাট যান বাহন আৰক্ষীয়ে এৰেঙ্গোগাপাৰাৰ পথটোত যান বাহন আইন নমনা চালক সকলৰ বিৰুদ্ধে অভিযান চলায় ৷
গোলাঘাটৰ এৰেঙ্গোগাপাৰাত যান বাহন আৰক্ষীৰ অভিযান
গোলাঘাট , 05 মে': গোলাঘাটৰ এৰেঙ্গোগাপাৰাত ন' পাৰ্কিং আৰু পথৰ দুয়ো কাষে যান-বাহন ৰখোৱা চালকৰ বিৰূদ্ধে যান বাহন আৰক্ষীয়ে অভিযান চলায় ৷ গোলাঘাট নগৰত যান-জঁট সমস্যা লৈ ৰাইজে হাৰাশাস্তি ভোগাৰ অভিযোগ ৷