অসম

assam

ETV Bharat / state

ড্ৰাগছ সেৱনত ব্যৱহাৰ হয় অনলাইনত অহা বিশেষ নোট !

tow boys arrested with drugs and special note at Golaghat
ড্ৰাগছ সেৱনত ব্যৱহাৰ হয় নেকি বিশেষ নোট!

By

Published : Sep 27, 2020, 10:48 AM IST

Updated : Sep 27, 2020, 12:09 PM IST

10:18 September 27

ড্ৰাগছ সেৱনত ব্যৱহাৰ হয় অনলাইনত অহা বিশেষ নোট !

ড্ৰাগছ সেৱনত ব্যৱহাৰ হয় অনলাইনত অহা বিশেষ নোট !

গোলাঘাট, 27 ছেপ্তেম্বৰঃ

গোলাগাটত দুই যুৱকৰ ৰহস্যজনক কাণ্ড !

ধন নিদিয়াকৈ কুৰিয়াৰত অহা বিশেষ নোট লৈ পলায়ন কৰিলে যুৱক দুজনে

কুৰিয়াৰ চাৰ্ভিচৰ কৰ্মচাৰীৰ অভিযোগৰ পাছতেই আৰক্ষীয়ে আটক কৰে দুয়োকে

যুৱক দুজনৰ পৰা জব্দ ড্ৰাগছ সহ ২৪ হাজাৰ খন এটকীয়া নোট

স্নেপডিলৰ পৰা ইক'ম কুৰিয়াৰৰ যোগিদে আনিছিল নোটসমূহ

আটকাধীন যুৱকদুজন ফৰকাটিঙৰ ঋষভ শৰ্মা আৰু হিৰকজ্যোতি বৰা

Last Updated : Sep 27, 2020, 12:09 PM IST

ABOUT THE AUTHOR

...view details