গোলাঘাট, 11 ডিচেম্বৰ: কেব বিৰোধী প্ৰতিবাদৰ মাজতে গোলাঘাটত চোৰৰ চাফাই অভিযান ৷ গোলাঘাট চাউল বজাৰৰ সাত খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বিভিন্ন সামগ্ৰী লুটি নিলে চোৰে ৷
গোলাঘাটত চুৰিকাৰ্য
আন্দোলন আৰু আইন শৃংখলাজনিত পৰিস্থিতিক লৈ আৰক্ষী ব্যস্ত হৈ থকাৰ সুযোগতে চুৰিকাৰ্য সংঘটিত গোলাঘাটত ৷ সাতখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লুটি নিলে বিভিন্ন সামগ্ৰী ৷
গোলাঘাটত চোৰৰ চাফাই অভিযান
আন্দোলন আৰু আইন শৃংখলাজনিত পৰিস্থিতিত আৰক্ষী ব্যস্ত হৈ থকাৰ সুযোগ লৈ চুৰিকাৰ্য সংঘটিত কৰাৰ অভিযোগ ৷ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ধন, চিগাৰেট, গুটখা, কাপোৰৰ লগতে ভিন্ন সামগ্ৰী ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে আব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক:আৰক্ষীয়ে মুকলি কৰিলে শৃংখল চলিহাক: মাজুলীত ভংগ ১৪৪ ধাৰা