অসম

assam

ETV Bharat / state

গোলাঘাটত আটক ড্ৰাগছ আসক্ত যুৱকৰ চুৰিকাণ্ড - Etv Bharat

গোলাঘাট নগৰৰ মাজমজিয়াত দিন দুপৰতে চোৰৰ সন্ত্ৰাস । ড্ৰাগছ আসক্ত যুৱকে ভাঙিলে বেকাৰীৰ লকাৰ ।

গোলাঘাটত আটক ড্ৰাগছ আসক্ত চুৰ

By

Published : Aug 16, 2019, 8:44 PM IST

  • গোলাঘাট নগৰস্থিত বৰুৱা বেকাৰীত দিন দুপৰতে চুৰি ড্ৰাগছ আসক্ত যুৱকৰ
  • দোকানৰ গৰাকী বাহিৰলৈ ওলাই যোৱাৰ সুযোগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন চুৰি যুৱকৰ
  • স্থানীয় লোকে পাছত বজাৰৰ পৰা আটক কৰে চোৰটোক
  • আটকাধীন চোৰটো গোলাঘাটৰ শান্তিপুৰৰ চামিম আলি বুলি চিনাক্ত
    গোলাঘাটত আটক ড্ৰাগছ আসক্ত চুৰ
  • কিছুদিন পূৰ্বে গোলাঘাটৰ শঙ্কৰ বুক ষ্ট'ল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কৰিছিল যুৱকজনে
  • চুৰিৰ সমগ্র চুৰি দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত
  • চিচিটিভিৰ ফুটেজৰ ভিত্তিত শুকুৰবাৰে স্থানীয় লোকে আটক কৰে চামিম আলিক

ABOUT THE AUTHOR

...view details