গোলাঘাট,2 ডিচেম্বৰঃআজি চুকাফা দিৱস । সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত চুকাফা চাৰ্কোলত আয়োজন কৰা হয় চুকাফা দিৱস । চাও লুঙ চুকাফা দিৱস আয়োজক সমিতিৰ সৌজন্যত উদযাপনৰ কৰা হয় চুকাফা দিৱস ।
গোলাঘাটত সাতৰাজ মাৰি এক কৰা স্বৰ্গদেউ চাও লুঙ চুকাফাক স্মৰণ - চুকাফা দিৱস
গোলাঘাটত চাও লুঙ চুকাফা দিৱস আয়োজক সমিতিৰ সৌজন্যত উদযাপনৰ কৰা হয় চুকাফা দিৱস । গোলাঘাটৰ বহু কেইজন গণ্যমান্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন ৷

গোলাঘাটত সাত ৰাজ মাৰি এক কৰা স্বৰ্গদেউ চাও লুঙ চুকাফাক স্মৰণ
গোলাঘাটত সাত ৰাজ মাৰি এক কৰা স্বৰ্গদেউ চাও লুঙ চুকাফাক স্মৰণ
উল্লেখযোগ্য যে, অনুষ্ঠানৰ প্ৰথমতেই চাও লুঙ চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে অনুষ্ঠানটি । উক্ত অনুষ্ঠানতে গোলাঘাটৰ বহু কেইজন গণ্যমান্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে আয়োজকে ।
লগতে পঢ়কঃ কোন ক'ত হব প্ৰাৰ্থীঃ ৰূপৰেখা প্ৰস্তুত অসম জাতীয় পৰিষদৰ