গোলাঘাট,11অক্টোবৰঃ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ আলোড়নকাৰী অসমীয়া ছবি "ৰত্নাকৰ"এ গৰকিলে মুক্তি লাভৰ প্ৰথম বৰ্ষ ৷ অসমবাসী ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰি একপ্ৰকাৰ অসমীয়া ছবি জগতলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷ দেওবাৰে ছবিখনৰ বৰ্ষপূতি উপলক্ষে জে.বি প্ৰডাকচনে ৰাজ্যৰ ৩৩ খন জিলাৰ নিৰ্বাচিত শিল্পীলৈ আগবঢ়ায় বিশেষ সন্মান ৷
ৰত্নাকৰৰ বৰ্ষপূতি উপলক্ষে লোকশিল্পী বিপুল চেতীয়া ফুকনলৈ বিশেষ সন্মান - জনপ্ৰিয় অভিনেতা যতীন বৰা
ৰত্নাকৰৰ বৰ্ষপূতি উপলক্ষে লোকশিল্পী তথা গোলাঘাটৰ সন্তান বিপুল চেতীয়া ফুকনলৈও আগবঢ়োৱা হয় এই বিশেষ সন্মান ৷ জে.বি প্ৰডাকচনৰ দলে শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ মান পত্ৰ, গামোছা আৰু নগদ ধনেৰে শিল্পীগৰাকীক সন্মান আগবঢ়ায়
ৰত্নাকৰৰ বৰ্ষপূতি উপলক্ষে লোকশিল্পী বিপুল চেতীয়া ফুকনলৈ বিশেষ সন্মান
ৰত্নাকৰৰ বৰ্ষপূতি উপলক্ষে লোকশিল্পী তথা গোলাঘাটৰ সন্তান বিপুল চেতীয়া ফুকনলৈও আগবঢ়োৱা হয় এই বিশেষ সন্মান ৷ জে.বি প্ৰডাকচনৰ দলে শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ মান পত্ৰ, গামোছা আৰু নগদ ধনেৰে শিল্পীগৰাকীক সন্মান আগবঢ়ায় ৷ আনহাতে, এই সন্মান লাভ কৰি আনন্দ প্ৰকাশ কৰে লোকশিল্পী বিপুল চেতীয়া ফুকনে ৷
লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ