- অব্যাহত আছে কেব বিৰোধী আন্দোলন
- গোলাঘাটৰ তেতেলীতলত তিনি দিশৰ পৰা অহা বিশাল প্ৰতিবাদকাৰীদলক ওভটাই পঠাই আৰক্ষী প্ৰশাসনে
- সন্ধিয়া আৰ এছ এছৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে দুস্কৃতিকাৰীয়ে
- দুস্কৃতিকাৰীক চত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালান কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে
- দৈগ্ৰোঙতো প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে
- বৰ্তমান পৰিস্থিতি কিছু শাম কাটিছে গোলাঘাটত
অগ্নিগৰ্ভা অসম: গোলাঘাটত আৰক্ষীৰ শূণ্যলৈ গুলিচালনা - ৰাজ্যত অধিক তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন
ৰাজ্যত অধিক তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন ৷ গোলাঘাটত উত্তাল পৰিস্থিতি ৷

অগ্নিগৰ্ভা অসম: গোলাঘাটত আৰক্ষীৰ শূণ্যলৈ গুলিচালনা