অসম

assam

ETV Bharat / state

স্বায়ত্ব শাসনৰ দাবীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

চৰকাৰৰ প্ৰৱঞ্চনা কোনোপধ্যেই সহ্য নকৰে বুলি হুংকাৰ ছাত্ৰ সংগঠনটোৰ৷

By

Published : Mar 15, 2019, 2:51 PM IST

etv bharat


গোলাঘাট,15 মাৰ্চ :অসমৰ অনুসূচিত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত অৱস্থান ধৰ্মঘট অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ৷ অনুসূচীত জাতিক স্বায়ত্ব শাসন ব্যৱস্থালৈ অনাৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে৷ দীৰ্ঘদিন ধৰি চৰকাৰে কথাৰ চলনা মাৰি অনুসূচিত জাতিক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে৷ এই প্ৰৱঞ্চনা কোনোপধ্যেই সহ্য নকৰে বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে

protest

ABOUT THE AUTHOR

...view details