গোলাঘাট,18মেঃ বিশেষ ৰেলযোগে চেন্নাইৰ পৰা আহি গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত উপস্থিত বহিঃৰাজ্যত কৰ্মৰত ৩৬ জন লোক ৷ সকলোকে স্বাস্থ্য পৰীক্ষা কৰি উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত ভৰ্তি কৰোবা হয় ৷
গোলাঘাট উপস্থিত বহিঃৰাজ্যত কৰ্মৰত ৩৬ লোক - চেন্নাইৰ
গোলাঘাট উপস্থিত বহিঃৰাজ্যত কৰ্মৰত ৩৬ লোক ৷ উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত সকলোকে ভৰ্তি ৷

গোলাঘাট উপস্থিত বহিঃৰাজ্যত কৰ্মৰত ৩৬ জন লোক
গোলাঘাট উপস্থিত বহিঃৰাজ্যত কৰ্মৰত ৩৬ জন লোক
উৰিয়ামঘাটত উপস্থিত হোবাৰ লগে লগে তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলীনা তিৰ্কী আৰু জিলা উপাযুক্তসহ ধনশিৰি মহকুমা প্ৰশাসন ৷
লগতে পঢ়কঃ লক ডাউনৰ বাবে মহাসংকটত মাজুলীৰ মৃৎশিল্পীঃ চৰকাৰলৈ সহায় ভিক্ষা