অসম

assam

ETV Bharat / state

সৰুপথাৰত পইন্ট ২২ পিষ্টলসহ আটক দুজন অভিযুক্তক - পিষ্টলসহ আটক দুজন ব্যক্তি

উজনিমুৱা ৰঙিয়া ডিব্ৰুগড় যাত্ৰীবাহী ৰে'লত ডিমাপুৰৰ পৰা অহা আব্দুল মাণিক আৰু ইছলামুদ্দিন নামৰ দুজন লোকৰ পৰা এক গোপন সূত্ৰৰ ভিত্তিত, সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু সৰুপথাৰৰ চক্ৰ বিষয়াৰ নেতৃত্বৰ এটা আৰক্ষীৰ দলে এটা পইন্ট ২২ পিষ্টলসহ দুয়োগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

আটক দুজন অভিযুক্তক
আটক দুজন অভিযুক্তক

By

Published : Feb 27, 2020, 9:15 PM IST

সৰুপথাৰ, 27 ফেব্ৰুৱাৰীঃএক গোপন সূত্ৰৰ ভিত্তিত আজি সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু সৰুপথাৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সৰুপথাৰ ৰে'ল ষ্টেচনৰ পৰা পিষ্টলসহ আটক কৰে দুজন ব্যক্তিক ৷ তথ্য অনুসৰি, উজনিমুৱা ৰঙিয়া ডিব্ৰুগড় যাত্ৰীবাহী ৰে'লত ডিমাপুৰৰ পৰা অহা আব্দুল মাণিক আৰু ইছলামুদ্দিন নামৰ দুজন লোকে এটা পইন্ট ২২ পিষ্টলসহ, সৰুপথাৰৰ ছাছা সম্বোধিত এজন ব্যক্তিক সেই মাৰণাস্ত্ৰ বিক্ৰী কৰিবলৈ নামোতেই আৰক্ষীয়ে কৰায়ত্ত কৰে ৷

সৰুপথাৰত পিষ্টলসহ আটক দুজন অভিযুক্তক

For All Latest Updates

ABOUT THE AUTHOR

...view details