অসম

assam

ETV Bharat / state

খুমটাইত পথ দুৰ্ঘটনাত আহত 4

দুৰ্ঘটনাটোত বাহনখনত থকা এগৰাকী মহিলাকে ধৰি চাৰি গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত আহত লোককেইজনক স্থানীয় ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 05 L 5920 ৷

খুমটাইত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : May 7, 2019, 1:23 PM IST


খুমটাই , 07 মে' : গোলাঘাাট জিলাৰ খুমটাইৰ ডেকা দোলাকাষৰিয়াত মঙলবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকজনে নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

খুমটাইত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাটোত বাহনখনত থকা এগৰাকী মহিলাকে ধৰি চাৰি গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত আহত লোককেইজনক স্থানীয় ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 05 L 5920 ৷

ABOUT THE AUTHOR

...view details