- দুৰ্ঘটনাৰ বাবে NRC শুনানিৰ পৰা বঞ্চিত দক্ষিণ কামৰূপ জিলাৰ বকোৰ সোণতলিৰ বহু লোক
- NRCৰ শুনানিৰ বাবে গোলাঘাটলৈ গৈ থকা অৱস্থাত খানাপৰাত দুৰ্ঘটনাত পতিত হৈছিল তেওঁলোকৰ বাহনখন
- গোলাঘাটৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰ গাঁও পঞ্চায়তত আছিল তেওঁলোকৰ শুনানি প্ৰক্ৰিয়া
- পুনৰ শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই সকল লোকৰ বাবে বুলি জানিবলৈ দিয়ে খুমটাই ৰাজহ চক্ৰ বিষয়াই
- দুৰ্ঘটনাতপতিত হোৱা বাছখনত আছিল 52 গৰাকী যাত্ৰী, আহত হয় প্ৰায় আধা সংখ্য়ক লোক দুৰ্ঘটনাৰ বাবে NRC শুনানিৰ পৰা বঞ্চিত বকোৰ সোণতলিৰ বহু লোক
দুৰ্ঘটনাৰ বাবে NRC শুনানিৰ পৰা বঞ্চিত বকোৰ সোণতলিৰ বহুলোক - KHUMTAI
খানাপাৰত দূৰ্ঘটনাগ্ৰস্ত বাহনখনতে গোলাঘাটলৈ শুনানীৰ বাবে গৈছিল লোকসকল
![দুৰ্ঘটনাৰ বাবে NRC শুনানিৰ পৰা বঞ্চিত বকোৰ সোণতলিৰ বহুলোক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4046578-361-4046578-1564998312634.jpg)
দুৰ্ঘটনাৰ বাবে NRC শুনানিৰ পৰা বঞ্চিত বকোৰ সোণতলিৰ বহু লোক