অসম

assam

ETV Bharat / state

গোলাঘাট পথ দুৰ্ঘটনা, 3 আহত - অসম নিউজ

স্কুটী চলাই যোৱা জনে হেডফোন লগাই গান শুনি অত্যাধিক বেগত চলোৱাৰ বাবেই ঘটনাটো সংঘটিত হোৱা বুলি জনা যায় প্ৰত্যক্ষদৰ্শীয়ে ।

গোলাঘাট পথ দুৰ্ঘটনা, 3 আহত

By

Published : May 3, 2019, 5:38 PM IST

গোলাঘাট, 3 মে': গোলাঘাটৰ চক্ৰধৰাত পথ দুৰ্ঘটনা । বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি গৰাকী ব্যক্তি । আহত তিনিও গৰাকীক সংকটজনক অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ফৰকাটিংৰ দিশৰ পৰা নতুন পঞ্জীয়ন বিহীন নতুন হিৰ' পেছন প্ৰ' মটৰ চাইকেল খনৰ সৈতে গোলাঘাটৰ দিশৰ পৰা যোৱা বাবু আলি বুলবুল আলি যোৱা স্কুটী খনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত স্কুটীখন ভাগি চুৰমাৰ হয় ।

গোলাঘাট পথ দুৰ্ঘটনা, 3 আহত

আনহাতে, স্কুটী চালক গৰাকীয়ে কাণত হেডফোন লগাই অত্যাধিক বেগত যোৱাৰ বাবেই ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰত্যক্ষদৰ্শীৰ ।

গোলাঘাট পথ দুৰ্ঘটনা, 3 আহত

ABOUT THE AUTHOR

...view details