অসম

assam

ETV Bharat / state

কাজিৰঙাৰ হালধিবাৰীত শোকাবহ পথ দুৰ্ঘটনাত নিহত তিনিজন - কাজিৰঙাৰ হালধিবাৰীত শোকাবহ পথ দুৰ্ঘটনাত নিহত তিনিজন

কাজিৰঙাৰ হালধিবাৰীত সংঘটিত পথ দুৰ্ঘটনাত ৩ জনকৈ লোক থিতাতে নিহত হয় । এখন চাৰিচকীয়া বাহনে গছৰ মূঢ়াত খুন্দা মৰাৰ ফলত মৃত্যু হয় লোক কেইজনৰ ।

কাজিৰঙাৰ হালধিবাৰীত শোকাবহ পথ দুৰ্ঘটনাত নিহত তিনিজন
কাজিৰঙাৰ হালধিবাৰীত শোকাবহ পথ দুৰ্ঘটনাত নিহত তিনিজন

By

Published : Feb 19, 2021, 2:54 PM IST

গোলাঘাট,১৯ ফেব্ৰুৱাৰী:গোলাঘাট জিলাৰ অন্তৰ্গত কাজিৰঙাৰ হালধিবাৰীত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । নলবাৰীৰ পৰা গোলাঘাট অভিমুখে গৈ থকা এখন চাৰিচকীয়া বাহনে গছৰ মূঢ়াত খুন্দা মৰাৰ ফলত মৃত্যু হয় ৩ জনকৈ লোকৰ ।

দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS-০১-EA-৪৬৭২ । ইফালে এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় নলবাৰীৰ কনকসেন দাস । ফুলেন বৰ্মন আৰু কাৰ্বি আংলঙৰ বীৰেণ ৰংপিৰ ।

লগতে পঢ়ক:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত আছুৰ বিক্ষোভ

ABOUT THE AUTHOR

...view details