অসম

assam

বোকাখাতৰ ডিফলু পথত নিশা পথ দুৰ্ঘটনা

By

Published : Sep 3, 2022, 1:00 PM IST

বোকাখাতৰ ডিফলু পথত সংঘটিত হয় এটা পথ দুৰ্ঘটনা (Road accident at Bokakhat) ৷ নম্বৰ প্লেটবিহীন এখন স্কুটীৰ খুন্দাত নিহত এজন কিশোৰ ৷ নিহত কিশোৰজন অজয় ছেত্ৰী বুলি জানিব পৰা গৈছে (One dead in road accident) ৷

road-accident-at-bokakhat-in-golaghat
বোকাখাতৰ ডিফলু পথত নিশা পথ দুৰ্ঘটনা

  • শুকুৰবাৰে নিশা বোকাখাতৰ ডিফলু পথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident at Bokakhat)
  • নম্বৰ প্লেটবিহীন এখন স্কুটীৰ খুন্দাত নিহত এজন কিশোৰ (One dead in road accident)
  • নিহত কিশোৰটি বোকাখাত ম'হমাইকী গাঁৱৰ অজয় ছেত্ৰী (১৫) বুলি জানিব পৰা গৈছে
  • বোকাখাত ডিফলু পথৰ ৰামকৃষ্ণ মন্দিৰৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো
  • দুৰ্ঘটনাটোত নিহত কিশোৰজন অজয় ছেত্ৰী বুলি জানিব পৰা গৈছে
  • ইতিমধ্যে বোকাখাত আৰক্ষীয়ে নম্বৰ প্লেটবিহীন বেটাৰী চালিত স্কুটীখন জব্দ কৰিছে

ABOUT THE AUTHOR

...view details