অসম

assam

ETV Bharat / state

সৰুপথাৰত গছা থাক বৌছৰনি বায়নাং বিষুৱা উৎসৱ

ব'হাগ মানেই উৎসৱৰ সময় ৷ অসমৰ পাহাৰ-ভৈয়াম সকলোতে ব'হাগে লৈ আনে উৎসৱৰ বতৰা ৷ অসমৰ ভৈয়ামৰ অন্যতম জনগোষ্ঠী ৰাভাসকলে ব'হাগত পালন কৰি আহিছে গছা থাক বৌছৰনি বায়নাং বিষুৱা উৎসৱ ৷ এই উপলক্ষে সৰুপথাৰবাসী ৰাভা ৰাইজে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰে বৌছৰনি বায়নাং বিষুৱা উৎসৱ ৷

By

Published : Apr 27, 2019, 3:04 PM IST

গছা থাক বৌছৰনি বায়নাং বিষুৱা উৎসৱ

সৰুপথাৰ, 27 এপ্ৰিলঃ অসমৰ ভৈয়ামৰ অন্যতম জনগোষ্ঠী ৰাভাসকলে ব'হাগত পালন কৰি আহিছে গছা থাক বৌছৰনি বায়নাং বিষুৱা উৎসৱ ৷ সৰুপথাৰত দুদিনীয়া কাৰ্যসূচীৰে জনগোষ্ঠীটোৱে উদযাপন কৰিবলৈ লৈছে এই উৎসৱ ৷

গছা থাক বৌছৰনি বায়নাং বিষুৱা উৎসৱ

উৎসৱৰ লগত সংগতি ৰাখি ৰাভাসকলৰ থলুৱা গীত-মাত-নৃত্য আৰু কৃষ্টি প্ৰদৰ্শন কৰা হয় ৷ সৰুপথাৰৰ ধূপগুৰিত ২৬ এপ্ৰিল আৰু ২৭ এপ্ৰিল তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা এই উৎসৱত উপস্থিত থাকিব কমেডিয়ান বিপুল ৰাভা আৰু মি. ইউনিভাৰ্ছ গোলাপ ৰাভা ৷ বায়নাং বিষুৱাৰ লগত সংগতি ৰাখি বাগেজাৰি/বহুৰঙী কৃষ্টি দলৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷

ABOUT THE AUTHOR

...view details