গোলাঘাট,২১ ছেপ্টেম্বৰ:গোলাঘাট জিলাৰ নুমলীগড়ৰ অসম বায়’ ৰিফাইনেৰীৰ মুখ্য প্ৰবেশদ্বাৰত ঠিকাদাৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ(Protest in front of Numaligarh Assam Biorefinery) । বহিৰাগত নিৰ্মাণ কোম্পানীয়ে সময়মতে ঠিকাদাৰ সকলক প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ(Contractor association protests in Numaligarh) ।
বুধবাৰে স্থানীয় ঠিকাদাৰ সকলে বহিৰাগত বানচিল আৰু টোৱামেন ইঞ্জিনীয়াৰিং নামৰ দুই কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি সময় মতে কোম্পানী দুটায়ে স্থানীয় ঠিকাদাৰ সকলক প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন কৰে(Protest at Assam Bio Refinery demanding dues) ।