- খুমটাইত জুবিনৰ বিৰুদ্ধে প্ৰতিবাদ
- জুবিনৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে
- ব্ৰাহ্মণ বিৰোধী মন্তব্যৰ বাবে এই প্ৰতিবাদ
- লিখিত ভাৱে ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা খোজাৰ দাবী
- ৰাজহুৱা অনুষ্ঠানত ব্ৰাহ্মণক মাৰি পেলাব লাগে বুলি মন্তব্য কৰিছিল শিল্পীগৰাকীয়ে
- পূৰ্বেও ব্ৰাহ্মণ বিৰোধী মন্তব্য প্ৰদান কৰিছিল জুবিনে
- লিখিত ভাৱে ব্ৰাহ্মণক ক্ষমা নুখুজিলে অব্যাহত থাকিব প্ৰতিবাদ
খুমটাইত জুবিনৰ প্ৰতিকৃতি দাহ