অসম

assam

ETV Bharat / state

পুনৰ গ্ৰেপ্তাৰ হ'ল মেডিকেলৰ পৰা পলায়ন কৰা আচামী - PRISONER ESCAPED

সোমবাৰে দুপৰীয়া যোৰহাট মেডিকেল কলেজৰ পৰা পলায়ন কৰিছিল সুৰজ ছেত্ৰী নামৰ আচামীজন

পুনৰ গ্ৰেপ্তাৰ হ'ল মেডিকেলৰ পৰা পলায়ন কৰা আচামী

By

Published : Jul 2, 2019, 10:47 AM IST

Updated : Jul 2, 2019, 1:03 PM IST

  • যোৰহাট মেডিকেলৰ পৰা পলায়ন কৰা আচামী পুনৰ গ্ৰেপ্তাৰ
  • কাৰ্বি আংলং জিলাৰ চকীহোলাৰ পৰা গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আচামীজনক
  • সোমবাৰে দুপৰীয়া যোৰহাট মেডিকেল কলেজৰ পৰা পলায়ন কৰিছিল সুৰজ ছেত্ৰী নামৰ আচামীজন
  • সুৰজ ছেত্ৰীক গোলাঘাট আৰক্ষীয়ে যোৱা ২১ জুনত থুৰামুখৰ পৰা গ্ৰেপ্তাৰ কৰে
  • ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী সুৰজ অসুস্থ হৈ পৰাত জিলা কাৰাগাৰ কৰ্তৃপক্ষই ২৪ জুনত গোলাঘাটৰ চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল
  • উন্নত চিকিৎসাৰ বাবে ২৫ জুনত যোৰহাট মেডিকেল কলেজ হাস্পতলত ভৰ্তি কৰাইছিল সুৰজক
  • চিকিৎসাধীন হৈ থকা অৱস্থাৰ পৰাই সোমবাৰে দুপৰীয়া পলায়ন কৰিছিল সুৰজে
    পুনৰ গ্ৰেপ্তাৰ হ'ল মেডিকেলৰ পৰা পলায়ন কৰা আচামী
Last Updated : Jul 2, 2019, 1:03 PM IST

ABOUT THE AUTHOR

...view details