গোলাঘাটৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পলিং এজেন্ট, প্ৰিজাইডিং অফিচাৰ - Presiding Officer
গোলাঘাট সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ পলিং এজেন্ট, প্ৰিজাইডিং অফিচাৰে ইভিএম, ভিভিপেট আৰু পুলিঙৰ বিভিন্ন সামগ্ৰী লৈ উপস্থিত ভোট কেন্দ্ৰ সমুহত । একেদৰে নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী প্ৰশাসনৰ লোকসকলো ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা
![গোলাঘাটৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পলিং এজেন্ট, প্ৰিজাইডিং অফিচাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2959247-thumbnail-3x2-golaghatjpj.jpg)
গোলাঘাটৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ পুলিং এজেন্ট, প্ৰিজাইদিং অফিচাৰ ৰাওনা
গোলাঘাট ১০ এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে গোলাঘাট প্ৰশাসন। গোলাঘাটৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ লৈ পলিং এজেন্ট, প্ৰিজাইডিং অফিচাৰ ৰাওনা ।
গোলাঘাটৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ পুলিং এজেন্ট, প্ৰিজাইদিং অফিচাৰ ৰাওনা