সৰুপথাৰ, 2 মেঃ সৰুপথাৰত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল এন আৰ চি কৰ্মী ৷ এন আৰ চি কেন্দ্ৰত শুনানিৰ বাবে হাজিৰ হোৱা লোকৰ নথি-পত্ৰ শুদ্ধ কৰি দিয়াৰ বাবদ ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় কৰ্মী তিনিজন ৷
সৰুপথাৰত এন আৰ চিৰ নামত ধন লৈ গ্ৰেপ্তাৰ তিনি কৰ্মী - nrc
ভুক্তভোগী ৰাইজৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হয় বিষ্ণু শইকীয়া, শুভজ্যোতি ৰাজবংশী, অনুপ ঠাকুৰ নামৰ তিনিজন এন আৰ চি কৰ্মী ৷
সৰুপথাৰত এন আৰ চিৰ নথি শুদ্ধ কৰাৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ তিনিজন কৰ্মী
ভুক্তভোগী ৰাইজৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হয় বিষ্ণু শইকীয়া, শুভজ্যোতি ৰাজবংশী,অনুপ ঠাকুৰ নামৰ তিনিজন এন আৰ চি কৰ্মী ৷ অভিযোগ অনুসৰি,গোলাঘাট জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, সৰুপথাৰৰ মেঘৰাজ সোনাৰ আৰু ধিঙৰ জামিনা খাতুন নামৰ মহিলা এগৰাকীৰ পৰা এন আৰ চিৰ নথি শুদ্ধ কৰি দিয়াৰ বাবদ ধন লৈছিল অভিযুক্ত লোক তিনিজনে ৷